বৰনগৰ কেন্দ্রীয় বিষ্ণু ৰাভা দিৱস উদ্যাপন সমিতিৰ উদ্যোগত ১৫ জুন তাৰিখে হৈ যোৱা চিত্রাংকন আৰু কুইজ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা।
🎨 চিত্রাংকন প্রতিযোগিতাৰ ফলাফলঃ
(শাখা-ক) প্ৰথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ
১ম পুৰষ্কাৰ — চিন্ময়ী দাস, পঞ্চম শ্রেণী, বৰনগৰ বিদ্যা মন্দিৰ।
২য় পুৰষ্কাৰ— ধৃয়া দাস, তৃতীয় শ্রেণী, বাড্চ অকাডেমী।
৩য় — ভৈৰৱী ৰুণী, পঞ্চম শ্রেণী,বাড্চ অকাডেমী।
উদগনিমূলক পুৰষ্কাৰ —ধৃতিস্মিতা পাঠক - প্ৰথম শ্রেণী, বাড্চ অকাডেমী।
(শাখা-খ) ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ
১ম পুৰষ্কাৰ—সুস্মিতা পাঠক, ষষ্ঠ শ্রেণী, বাড্চ অকাডেমী।
২য় পুৰস্কাৰ — চাৰা আলম, সপ্তম শ্রেণী, চেইন্ট মেৰিজ হাইস্কুল।
৩য় পুৰস্কাৰ— নাজমিন চুলতানা, ষষ্ঠ শ্রেণী, বাড্চ অকাডেমী।
উদগণিমূলক পুৰষ্কাৰ- স্বপ্ননীল তালুকদাৰ, অষ্টম শ্রেণী, শংকৰদেৱ শিশু নিকেতন, সৰভোগ।
🧩 কুইজ প্ৰতিযোগিতাৰ ফলাফলঃ
১ম স্থান : "ভোগদৈ"
কৃশানু কাশ্যপ বিশ্বপতি
ভাৰ্গব ভূষণ বিশ্বপতি
(ভট্টদেৱ বিশ্ববিদ্যালয়)
২য় স্থান : "লুইত"
দৃষ্টি উজীৰ
(শংকৰদেৱ শিশু নিকেতন, হাথিনাপুৰ)
প্ৰিন্স উজীৰ
(আনন্দৰাম বৰুৱা একাডেমী)
৩য় স্থান : "দিহিং"
কিশান জ্যোতি কলিতা
(ভট্টদেৱ বিশ্ববিদ্যালয়)
জাকাৰীয়া আলম
(জি এল চি কলেজ, বৰপেটাৰোড)
* ফলাফল SORBHOG 24ৰ মাধ্যমেৰে কেৱল মাত্ৰ প্ৰকাশহে কৰা হৈছে।
* ভুল-ক্ৰুটিৰ ক্ষেত্রৰ SORBHOG 24 দায়বদ্ধ নহয়।