বৰনগৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদ্‌যাপন সমিতিৰ উদ্যোগত আয়োজিত অসম ভিত্তিক ৰচনা প্রতিযোগিতাৰ ফলাফল ঘোষণা।


বৰনগৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদ্‌যাপন সমিতিৰ উদ্যোগত আয়োজিত অসম ভিত্তিক ৰচনা প্রতিযোগিতাৰ ফলাফলঃ


('ক' শাখা) 

প্ৰথম স্থান : কৃষ্ণা বনিয়া, এ ডি কে উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰ

দ্বিতীয় স্থান : অদিতি গোস্বামী, এক্সেল একাডেমী, ছিপাঝাৰ

তৃতীয় স্থান : বিপাশা বৰুৱা, বিশ্বেশ্বৰ বৰা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, উত্তৰ লখিমপুৰ


('খ' শাখা) 

প্ৰথম স্থান : দেৱাশিস বৰা, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী

দ্বিতীয় স্থান : ৰাজু বনিয়া, পানীগাঁও ওম প্ৰকাশ দিনোদীয়া মহাবিদ্যালয়, লখিমপুৰ

তৃতীয় স্থান : চয়নিকা শৰ্মা, বৰনগৰ বিদ্যালয়, সৰভোগ


চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ ফলাফল চাবলৈ ইয়াত ক্লিক কৰক 




* ফলাফল SORBHOG 24ৰ মাধ্যমেৰে কেৱল মাত্ৰ প্ৰকাশহে কৰা হৈছে। 

* ভুল-ক্ৰুটিৰ ক্ষেত্রৰ SORBHOG 24 দায়বদ্ধ নহয়।

Post a Comment