স্বাভাৱিক হোৱাৰ দিশত ৰাজ্যৰ পৰিৱেশ
ৰাজ্যত অক্টোবৰৰ পৰা স্বাভাৱিক জীৱন-যাত্ৰা আৰম্ভ হ'ব। অহা ১ অক্টোবৰৰ পৰা আনলক হ'ব অসম। আনলক হ'লে ৰাজ্যত কোনো ক'ভিড প্ৰট'কল নাথাকিব। লগতে নৈশ সান্ধ্য আইনো বাতিল কৰা হ'ব। আজি এই কথা ঘোষণা কৰে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Read More 👇
ৰাজ্যত অক্টোবৰৰ পৰা স্বাভাৱিক জীৱন-যাত্ৰা আৰম্ভ হ'ব। ৰাজহুৱা ঠাইত মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই চলা আদি কোনো ধৰণৰ ক'ভিড বিধি মানি চলিব নালাগিব ৰাজ্যবাসীয়ে। অহা ১ অক্টোবৰৰ পৰা আনলক হ'ব সমগ্ৰ অসম। আনলক হ'লে ৰাজ্যবাসীয়ে কোনো ক'ভিড বিধি মানি চলিব নালাগিব। লগতে নৈশ সান্ধ্য আইনো সম্পূৰ্ণৰূপে পৰিহাৰ কৰা হ'ব। আজি এই কথা ঘোষণা কৰে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Edited By-PRITISHA GOSWAMI
SORBHOG_24
FOLLOW FOR MORE NEWS