আমেৰিকাৰ পূৰ্বোত্তৰ অঞ্চলত হাৰিকেন ইডাৰ তাণ্ডৱ
ইতিমধ্যে ৪৪ জন লোকৰ মৃত্যু
নিউ ইয়ৰ্ক, ৩ ছেপ্টেম্বৰ:
কিছুদিনৰ পৰা আমেৰিকাৰ পূৰ্বোত্তৰ অঞ্চলত হাৰিকেন ইডাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।মূষলধাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈ পথসমূহ নদীলৈ ৰূপান্তৰিত হৈছে।মূষলধাৰ বৰষুণ আৰু ধুমুহা বতাহৰ পিছতেই অকস্মাৎ অহা বানপানীত কমেও ৪৪ জন লোকৰ মৃত্যু হয়।বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে।হাৰিকেন ইডা এতিয়ালৈকে অহা শক্তিশালী হাৰিকেনৰ মাজৰ এটা।
BY- HIYASRI DAS
WEB DESK, SORBHOG 24
© SORBHOG_24