সলনি কৰা হৈছে জিলা সমূহৰ অভিভাৱক মন্ত্ৰীৰ দ্বায়িত্ব । কোন মন্ত্ৰীয়ে লাভ কৰিছে কোন জিলাৰ দায়িত্ব ?

 


Digital Desk, SORBHOG_24:

সলনি কৰা হৈছে জিলা সমূহৰ অভিভাৱক মন্ত্ৰীৰ দ্বায়িত্ব । কোন মন্ত্ৰীয়ে লাভ কৰিছে কোন জিলাৰ দায়িত্ব ?


অতুল বৰা – কামৰূপ মেত্ৰ আৰু উত্তৰ লক্ষিমপুৰ ।

ৰঞ্জিত কুমাৰ দাস –বঙাইগাওঁ , ডিব্ৰুগড় আৰু তিনিচুকীয়া ।

পীয়ুষ হাজৰিকা- শোণিতপুৰ , বিশ্বনাথ আৰু কৰিমগঞ্জ ।

কেশৱ মহন্ত – মৰিগাওঁ , গোলাঘাট আৰু দক্ষিণ শালমৰা ।

পৰিমল শুক্লবৈদ্য- নগাওঁ আৰু হোজাই ।

অজন্তা নেওগ – যোৰহাট আৰু নলবাৰী ।

ৰণোজ পেগু- শিৱসাগৰ , মাজুলি আৰু বৰপেটা ।

অশোক সিংঘাল – কোকৰাঝাৰ আৰু গোৱালপাৰা ।

জয়ন্ত মল্ল বৰুৱা- কছাৰ , ধুবুৰী আৰু হাইলাকান্দি ।

চন্দ্ৰ মোহন পাটোৱাৰী – কামৰূপ আৰু দৰঙ ।

যোগেন মহন – কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং আৰু ডিমাহাচাও ।

বিমল বৰা-চৰাইদেউ আৰু ওদালগুৰী ।

নন্দিতা গাৰ্লোচা- বাক্সা আৰু বজালী ।

উৰ্খাও গৌড়া ব্ৰহ্ম- চিৰাং আৰু তামুলপুৰ ।

সঞ্জয় কিষান – ধেমাজি ।



© SORBHOG 24

Post a Comment